f অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning ক্ষ ~ Daily Assam

অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning ক্ষ


                                                           ক্ষ
১. ক্ষিপ্ৰ - বেগেৰে ।
২. ক্ষুণ্ণ - সুখী নোহোৱা ।
৩. ক্ষমতাৱান - ক্ষমতাৰ অধিকাৰী ।
৪. ক্ষুব্ধ - ৰুষ্ট ।
৫. ক্ষিতীশ - ক্ষত্ৰিয় ।
৬. ক্ষীণ - স্বাস্থ্যহীন ।
৭. ক্ষীয়মাণ - ক্ষয়িষ্ণু ।
৮. ক্ষাত্ৰতেজ - ক্ষতিৰিয়ৰ লাহস বা বীৰত্বক্ষত আগাত পোৱা।
৯. ক্ষয় - লাহে লাহে কমি জোৱা।
১০. ক্ষীণ - লেৰেলী চেপেতা হৈ যোৱা।
১১. ক্ষ - বৰ্ণমালাৰখনৰ শেষ আশৰ।
১২. ক্ষীয়মান - যাৰ ক্ষয় হৈছে।
১৩. ক্ষান্ত - সহিষ্ণু।
১৪. ক্ষুদ্ৰ - বহুত সৰু।
১৫. ক্ষমা - মাফ কৰা।

0 comments:

Post a Comment

Write your Comment