f অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning ঢ ~ Daily Assam

অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning ঢ

     ঊ ঋ              ঞ                ম     ৱ     হ  ক্ষ ড় ঢ় য়

১. ঢোল - এবিধ বাদ্যযন্ত্ৰ
২. ঢোলোক ঢালাক – পাএ্ৰৰ মুখেৰে জুলীয়া পদাথ ঢালিলে হোৱা শব্দ।
৩. ঢলকুচিয়া - কষ্টৰে খৰকৈ উশাহ ল ।
৪. ঢকুৱাখনা - এক বিশেষ ঠাইৰ নাম ।
৫. ঢ়েঁকী - ধান বানিবলৈ ব্যৱহাৰ কৰা এবিধ কাঠৰ যতন ।
৬. ঠুলঠুলীয়া - কান্দো - কান্দো হৈ থকা অৱস্থা ।
৭. ঢ়েঁকীয়া - এবিধ শাক ।
৮. ঢুলনি-পাছ ফালৰ পৰা আগ ফাললৈ আৰু আগ ফালৰ পৰা পাছ ৯. ফাললৈ গা সঞ্চালিত কৰা ।

0 comments:

Post a Comment

Write your Comment