১. নতকী - নাচনী, নচত পাৰ্গত।
২. নৰিয়া - বেমাৰ, ৰোগ।
৩. নিচান- পতাকা, ধ্বজ, সংকেত।
৪. নিমন্ত্ৰণ- কোনো কামৰ বাবে মতা কায।
৫. নেওচি - অতিক্ৰম কৰি, পাৰহৈ, পাচ পেলাই।
৬. নেৰা-নেপেৰা - একেৰাহে, একে লেথাৰিয়ে চলি থকা।
৭. নীহাৰিকা – আকাশত দেখা থুপি তৰা।
৮. নিয়তি – ভাগ্য।
৯. নিয়মানুৱৰ্তিতা – নিয়ম অনুসৰি চলা।
১০. নিয়ৰ – হিম ।
১১. নীতিশ – নীতিৰ ৰক্ষাকৰ্তা।
১২. নিৰেন – “নীৰেন্দ্ৰ” শব্দৰ সংক্ষিপ্ত ৰূপ।
১৩. নিলাক্ষী – ঈষত নীলা চকুযুক্তি (স্ত্ৰী)।
১৪. ন্যুন – নিচেই কম।
১৫. নূন্যতম – তেনেই তাকৰ।
১৬. নিতত্ব – মানৱগোষ্ঠী-সম্পৰ্কীয় বিজ্ঞান।
১৭. নৃত্য-পটীয়সী – নৃত্য বিদ্যাত পাৰদৰ্শী নাৰী।
১৮. নৃশংস – হিংস্ৰতাৰে পৰিপূৰ্ণ।
১৯.নেওগ – উপাধি-বিশেষ।
২০. নেউচা – উপেক্ষা।
২১. নেওঁঠ – কপাহৰ পৰা গুটি গুচা।
২২. নেওতা – গণনাৰ আৰ্য্যা সম্বলিত পুথি।
২৩. নেছা – সূতা ৰ সৰু মুঠি।
২৪. নেচেল – ফল লাভ বা সিদ্ধি ৰ আশা নথকা।
২৫. নেঠা – নেওঠনী।
২৬. নেপালী – নেপাল-সম্পৰ্কীয়।
২৭. নেৱালি – নৱমল্লিকা ফুল।
২৮. নেহৰু – এটা উপাধি।
২৯. নৈসৰ্গিক – নিসৰ্গ-সম্বন্ধীয়।
৩০. নৈ:শব্দ – সাৰি-শব্দ নথকা অৱস্থা।
৩১. নোৱৰা – কোনো কামৰ বাবে অপাৰগ।
৩২. নিগাজি-      চিৰস্হায়ী, চিৰন্তন, পৰণি।
৩৩. নিদোষিতা-     দোষশূন্য অৱস্হা।
৩৪. নিৰুদ্দিষ্ট-  নিখোজ, যাৰ কোনো খোজ- খবৰ পোৱা নাই তেনে, সন্ধানহীন।
৩৫. ন-খোৱা - নতুন ধানৰ চাওলেৰে খোৱা ভাট।
৩৬. নিৱাৰণ - গুচোৱা কায।
৩৭. নিশ্চিন্ত - চিন্তাশূন্য, ভাৱনা নথকা।
৩৮. নিঃশেষ- সমূলি শেষ।
৩৯. নিঃস্বাথ - স্বাথ নথকা।
৪০. নিঘাৰ্ত- বজ্ৰপাত , অব্য়থ, অমোঘ, নিশ্চিত ।
৪১. নিৰানন্দ- আনন্দ শূন্য় , বিমঘ , মন মৰা ।
৪২. নৰানেপেৰা - একে লেথাৰিয়ে চলি থকা , কেতিয়াও নেৰা ।
৪৩. নৈপূণ্য় - পাৰ্গতালি ।
৪৪. নিমিষতে - চকুৰ পচাৰতে ।
৪৫. নৰন্তৰে-বিচ্ছদ নোহোৱাকৈ।
৪৬. নিৰন্তৰে-বিচ্ছদ নোহোৱাকৈ।
৪৭. নদন-বদন - চাৰিওফালে ভৰি থকা।
৪৮. ন- ঘৰীয়া - আন ঠাইৰ পৰা আহি ন
৪৯. নত - বেকা হোৱা।
৫০. নকুল - চতুৰ্থ পাণ্ডব।
৫১. নগা মতা দি - মিছা কোৱা।
৫২. নজৰানা - উপহাৰ দিয়া।
৫৩. নৰক - মৃত্যুৰ পাছত শাস্তি দিয়া ঠাই।
৫৪. নৰিয়া - বেমাৰ হৈ থকা জন।
৫৫. নৰবলি - দেৱতাৰ ওচৰত বলি দিয়া মানুহ। 
৫৬. ননছেনছ- মুৰ্খামি।
৫৭. নম্ৰ- ভদ্ৰ।
৫৮. নল- পদমু ফুল।
৫৯. নৱ্য়- নবীন।
৬০. নাং- আপুনি, তই, তুমি।
৬১. নাতিন- নাতিনী।
৬২. নামজলা- বিখ্যাত, জনাজাত।





Post Id: DABP000549