১. ফল্গুৎসৱ – ফাকুৱা।

২. ফণীধৰ – শিৱৰ এটা অভিধা।

৩. ফনা – সাপৰ ফেঁট।

৪. ফণি – চুলি আঁচোৰ যতন।

৫. ফৰাচী – ফ্ৰান্সৰ অধিবাসী, তেওঁলোকৰ ভাষা।

৬. ফৰিয়াদী – গোচৰ দিওঁতা।

৭. ফলপ্ৰসূ – আশানুৰূপ ফল দিয়া।

৮. ফল – কাৰ্যৰ পৰিণাম।

৯. ফষ্টি – ভেম।

১০. ফঁহিয়া – বিশ্লেষণ কৰি চা।

১১. ফাঁচি – ফাঁচ লগাই দিয়া প্ৰাণদণ্ড।

১২. ফাকতি – আভুৱা ভঁৰা কথা।

১৩. ফাগুন – এটা অসমীয়া মাহ।

১৪. ফানতি – খৰম।

১৫. ফালি-ছিৰি – খণ্ড-খণ্ড কৈ ছিৰাছিৰ কৰা।

১৬. ফিচা – মাছৰ ফান।

১৭. ফিতা – কাপোৰৰ চেপেটা, ঠেক জৰী।

১৮. ফিতাহি – যহ মাৰি কথা কোৱা কাৰ্য।

১৯. ফিৰৎ - উলটি অহা (বিলাত ফিৰৎ)।

২০. ফিৰিঙতি – জুইৰ পৰা উফৰি অহা সৰু আঙঠা।

২১. ফুটুকাৰ ফেন – একেবাৰে অসাৰ বা অমূলক বস্তু।

২২. ফুলজাৰী – খাৰৰ খেল-বিশেষ।

২৩. ফুলদানি – ফুল সজোৱা পাত্ৰ।

২৪. ফেঁচা – এবিধ চৰাই।

২৫. ফেঁচু – কিচকিচ কৰে কলা এবিধ সৰু চৰাই।

২৬. ফেনে-ফুটোকাৰে – বৰকৈ উপচি উঠি।

২৭. ফেৰৎ - উলতি অহা (বিলাত ফেৰৎ)।

২৮. ফেৰেঙণি – গছৰ দুটা ডালৰ সংযোগস্থল।

২৯. ফেঁহুজালি – কাহিলি পুৱা, নিচেই পুৱা।

৩০. ফুৱাৰা – কৃত্ৰিম ভাৱে ভূ-পৃষ্ঠৰ ওপৰলৈ পানীৰ স্তম্ভ সৃষ্টি কৰিব পৰাকৃত্ৰিম ঝৰ্ণা।

৩১. ফোঁট – তিলক।

৩২. ফোঁপ – চুঙাৰ ভিতৰৰ খালি ভাগ,গুহ্যদ্ধাৰ।

৩৩. ফোঁপযহী – বৰকৈ ডাংকোপ মাৰি ফুৰা।

৩৪. ফোঁপোলা – চুঙা এটাৰ ভিতৰ খনৰ দৰে খালী।

৩৫. ফোঁহা – খহু।

৩৬. ফল্গুত - ৰঙৰ উতসৱ ।

৩৭. ফল - কামৰ পৰিণাম ।

৩৮. ফষ্টি - ভেম ।

৩৯. ফণীধৰ - শিৱৰ অন্য এক নাম ।

৪০. ফিটা - চুটি ৰছী ।

৪১. ফিতাহী - ডাংকোপ মাৰি কোৱা কথা ।

৪২. ফাঁচি - আত্মহত্যা , দিঙিত দৰী লগাই কৰা প্ৰাণদণ্ড ।

৪৩. ফুটুকাৰ ফেন - অমূলক বস্তু ।

৪৪. ফুলদানি - ফুল সজোৱা প্ৰাত্ৰ ।

৪৫. ফিছা - মাছৰ ফান ।

৪৬. ফাগুণ - এটা অসমীয়া মাহ ।

৪৭. ফৰাচী - ফ্ৰান্সৰ বাসিন্দা ।

৪৮. ফানতি - খৰম ।

৪৯. ফুলজাৰি - দিপাৱলী  উতসৱত জ্বলোৱা  এবিধ বিসেষ খেল ।

৫০. ফিৰিঙতি - সৰু অঙঠা ।

৫১. ফোট - তিলক ।

৫২. ফোঁহা - খহু ।

৫৩. পেৰত - উলটি অহা ।

৫৪. ফেঁচা - এক প্ৰজাতিৰ চৰাই ।

৫৫. ফেৰেঙনি - গছৰ দুটা ডালৰ সংযোগস্থল ।

৫৬. ফেঁচু - কিচ্কিচ্ কৰে ক'লা এবিধ সৰু চৰাই ।

৫৭. ফেনে - ফুটুকাৰে - বৰকৈ উপচি উঠি ।

৫৮. ফোঁপযহী - বৰকৈ ডাংকোপ মাৰি কোৱা কথা ।

৫৯. ফোঁপোলা  - চুঙা এটাৰ ভিতৰখনৰ দৰে খালী ।

৬০. ফেঁহুজালি - নিচেই পুৱা ।

৬১. ফোঁপ - গুহ্যদ্বাৰ ।

৬২. ফাকতি - আভুৱা ভৰা কথা ।

৬৩. ফালি - ছিৰি - চুৰ - মাৰ হোৱা ।

৬৪. ফলপ্ৰসু - আশানুৰূপ ফল দিয়া ।

৬৫. ফৰিয়াদী - গোচৰ দিওতা ।

৬৬. ফণি - চুলি আচোৰা যতন ।

৬৭. ফণা - সাপৰ ফেঁট ।

৬৮. ফঁহিয়া - বিশ্লেশন কৰি চা ।

৬৯. ফোৱাৰা - কৃত্ৰিমভাৱে ভূ - পৃষ্ঠৰ ওপৰলৈ পানীৰ স্তম্ভ সৃষ্টি কৰিব। 

৭০. ফলাহাৰ - ফলমূল আদিৰে কৰা ভোজন।


Post Id: DABP000558