ড
১. ডেকাগিৰী -
শংকৰদেৱৰ এক অধিষা।
২. ডুলি - ধান।
৩. ডিগ্ৰী - মানৰ
বিশেষ একক।
৪. ডাঁহেচিয়া -
পকিবলৈ ধৰা অৱস্থা।
৫. ডাফলী - চুটি
- চাপৰ আৰু শকৰত স্ত্ৰী।
৬. ডালশলীয়া -
নিগনীৰ নিচিনা এবিধ।
৭. সৰু প্ৰাণী।
৮. ডিচেম্বৰ -
ইংৰাজী মাহৰ শেষৰ মাহ।
৯. ডায়েব্ৰেটিছ -
মিঠা বেছিকৈ খালে হোৱা এবিধ ৰোগ।
১০. ডাইনী -
জখিনী।
১১. ডাক্তৰ -
চিকিতসক।
১২. ডঁৰিক - এবিধ
বনৰীয়া চৰাই।
১৩. ডাকোৱাল -
চিঠি বিলোৱা লোক।
১৪. ডাঁৰ -
ডাঁৰিকী।
১৫. ড'জ - ঔষধৰ মাত্ৰা।
১৬. ডোল- জৰী।
১৭. ডেৰায়চ -
পাৰশ্যৰ ৰজা।
১৮. ডোৱাৰ - নৈয়ে
এৰি থৈ যোৱা পানী থকা।
১৯. ডোল - জৰীৰে
বান্ধি থৈ দিয়া।
২০. ড্ৰাম - পানী
ৰখাি থৈ দিয়া পাত্ৰ।
২১. ডোবোলা -
বহুতো এডোলা মিলি হয় ডোবোলা।
২২. ডোক সক -
কোনো এটা বস্তু ডলাত লৈ মিহি আৰু মোটা বেলেগ বেলেগ ভাগ কৰা।
২৩. ডাণ্টে -
ইতালিৰ এজন কবি।
২৪. ডালচেনি -
এবিধ গছৰ ছাল।
২৫. ডাৱৰ - মেঘ।
২৬. ডাবি - খংত
ভয় দেখুৱা।
২৭. ডিৰা -
বেলেগৰ লগত মিহলি কৰা।
২৮. ডিমাচা -
কাচাৰ জিলাৰ নিবাসি।
২৯. ডুলি - ধান
ৰখা ডাঙৰ পাচি।
৩০. ডেওনা -
মানুহে পাৰ হৈ যাব পৰা কিন্তু কুকুৰ মেকুৰিয়ে পাৰ হৈ যাব নোৱাৰা বেৰ।
Post Id: DABP000739