f অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning থ ~ Daily Assam

অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning থ

     ঊ ঋ              ঞ                ম     ৱ     হ  ক্ষ ড় ঢ় য়
১. থমকি - হঠাৎ আগ নবঢ়াকৈ ৰৈ
২. থৰক-বৰক - কপাঁ, অস্থিৰ, অধীৰ
৩. থুপি - সৰু থোপা
৪. থোকেৰা-  এবিধ টেঙা ফল।
৫. থেৰেজু-   কাঁচিদঁৰীয়া পাতেৰে এবিধ ওখ গছ আৰু  তাৰ ফল।
৬. থমক - অকস্মাট ৰৈ যোৱা 
৭. থিৰাং - খাটাং ।
৮. থৈলা - মৰাপাটেৰে তৈয়াৰী ডাঙৰ মোনা ।
৯. থোৰতে - সংক্ষেপে ।
১০. থিয় - পোন হৌৈ থকা অৱস্থা ।
১১. থেঁতেলা - খুন্দা খাই চেপেটা হোৱা ।
১২. থোক - একেডাল ঠাৰিত লাগি ধৰা ফলৰ থুপ ।
১৩. থোৰ - মেৰ খাই থকা গছৰ কোমপ পাত ।
১৪. থৰ - হ্থিৰ হৈ থকা ।
১৫. থাকুৰীয়া - হাল বাওঁতে শুই দিয়া ।
১৬. থৰকাছুটি এৰ - ভয়ত ধৈৰ্য হেৰুৱা ।
১৭. থুঁতৰি - মুখমণ্ডলৰ তলত থকা জোঙা ভাগ ।
১৮. থেৰো - গেঁৰো - কৰো - নকৰো ভাব ।
১৯. থুপৰী - কাম কৰিব নজনা আৰু দেখিবলৈ ভাল নলগা ।
২০. থাৰ্মমিটাৰ - শৰীৰৰ তাপ জোখা যন্ত্ৰ ।
২১. থ'ৰিয়াম -এবিধ তেজস্ক্ৰিয় দাতু ।
২২. থুৰীয়া - কাণত পিন্ধা অলংকাৰ ।

0 comments:

Post a Comment

Write your Comment