স
সেন্দুৰ - বিবাহিত মহালাসকলে স্বামী জীৱাই থকাৰ নামত শীৰত লোৱা এবিধ ৰঙচুৱা গুড়ি।
স্কেল -সংগীতৰ এক বিশেষ মাপ।
স্ফুৰ্তি - খুবেও আনন্দিত।
স্ৰাৱ - সৰিত তৰল।
স্ৰোতস্বিনী -নদী।
স্পৰ্ধা - ধৃষ্টতা।
সুমুৱাই - প্ৰৱেস কৰাই।
সৌহাৰ্য - বন্ধুত্ব।
সোণাৰী - সোণ-ৰূপ অলংকাৰ গঢ়োতা।
সেনানিৱাস - সেনাবাহৰ।
স্নেহবন্ধন - মৰম-স্নেহ আৰু ভালপোৱাৰ বান্ধোন।
সত্ত্বেও - তথাপিও।
সচ্ছল - ধন-সম্পদ থকা লোক।
স্বত্ব - মালিক।
স্থপতি - কোনো বস্তুৰ নিৰ্মাণ কৰা লোক।
সোঁচৰ - এজনৰ ওচৰৰ পৰা গৈ আনএজনৰ গাত লগা।
স্তুপ - বৌদ্ধ ধৰ্মৰ লোকসকলৰ মন্দিৰ।
সাক্ষৰতা - শিক্ষিত লোক।
সৰস্বতী - শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী।
সোধ - পোছ - আলহীক কৰা শুশ্ৃষা।
স্বাচ্ছন্দ্য - বাধা প্ৰদান কৰা।
স্ফুৰণ - পোহৰ।
সম্ভু - নিজে আৰ্বিভাৱ হোৱা।
সাক্ষৰ - যি পঢ়িব জানে।
স্বায়ত্ত্ব - নিজৰ অধীনত থকা।
স্থিৰীকৰণ - স্থিৰ হৈ থকা কাৰ্য।
স্নেহাস্পদ - চেনেহৰভাজন।
সোণোৱাল - এক বিশেষ উপাধি।
স্বৰ্গদেও - আহোকসকলৰ ৰজাক সম্বোধৰ কৰি মতা নাম।
স্বৰ্গদেও - আহোকসকলৰ ৰজাক সম্বোধৰ কৰি মতা নাম।
সৌজন্য - বদ্ৰলোকে কৰা ব্যৱহাৰ।
স্বতঃস্ফূৰ্ত - নিজে নিজক প্ৰকাশ পোৱা।
সোণ - খটোৱা - সোণযুগ কৰি শোভিত কৰা।
স্যমন্তক - এবিধ পূৰণিকালৰ মণি।
স্বায়ত্ত্ব - শাসিত - নিজ মানুহৰদ্বাৰা শাসন পৰিচালনা কৰা।
সৌৰজগত - সূৰ্যকেন্দ্ৰিক গ্ৰহাদি।
সোধন - পোছন - সুংসুত্ৰ উলিওৱা।
স্বত্তাধিকাৰ - স্বত্তৰ অধিকাৰী লোক।
স্বৰাজোত্তৰ - স্বাধীনতাৰ পাছৰ।
স্তুুপীকৃত - একেলগে থৈ দিয়া।
স্নেহাশিস - মৰম - চেনেহেৰে শুভাশিস।
স্থগনাদেশ - স্থগিত ৰাখিবলৈ দিয়া আদেশ।
স্বোপাৰ্জিত - নিজে ধন উপাৰ্ঝন কৰা।
সমাধা - নিষ্পত্তি।
সৰবৰাহ- যোগান ধৰা কাৰ্য।
সংশয় - ভয়, অঠাবৰ, আশংকা, সন্দেহ।
সন্মুখ- আগফাল।
সঁফুৰা – সাঁফৰ লগোৱা তামোলৰ পাত্ৰ।
সংশয়- আশংকা।
সাজ-গাত পিন্ধা বস্ত্ৰ বা অলংকাৰ।
সন্মতি – মত।
সুকন্ঠী – শুৱাল মাতৰ গৰাকী।
সন্তৰ্পণ- সতৰ্ক।
সুপ্ত – শোৱাৰ দৰে শান্ত হৈ থকা।
সুচনা- কোনো কথা উনুকিওৱা।
সম্পন্ন- শেষ।
সংস্থা – ব্যৱস্থা।
স্বকীয় – নিজৰ।
স্বাৱলম্বী – যি নিজৰ সহায়ত চলে।
Post Id: DABP000727
30 Comments