.button { padding: 2px 10px; text-align: center; font-size: 30px; margin: 4px 2px; border-radius: 20px; } .button4 { background-color: white; color: black; border: 2px solid #555555; } .button4:hover { background-color: #0006FF; color: white; border: 2px solid #555555; } .button5 { background-color: white; color: black; border: 2px solid #555555; } .button5:hover { background-color: #0006FF; color: white; border: 2px solid #555555; }











   🌹 ছ 🌹
১. ছোড় - ছিঙি দিয়া।

২. ছ'ডা - ৰাসায়নিক পদাৰ্থ।

৩. ছাই - জুই জ্বলি নুমাই যোৱাৰ পিছত ৰৈ যোৱা অৱশিষ্ট।

৪. ছাত্ৰাবাস - ছাত্ৰৰ গৃহ।

৪. ছায়া - প্ৰতিচ্ছবি।

৫. ছুৰি - নানান বস্তু কাটিবলৈ ব্যৱহাৰ কৰা এবিধ সজুলি।

৬. ছেকনি - জুলীয়া বস্তু ছেকা সজুলি।

৭. ছয়াময়া - ভালকৈ দেখিবলৈ নোপোৱা।

৮. ছাত্ৰীবাসা - ছাত্ৰীৰ গৃহ।

৯. ছিন্নমূল - মূলৰ পৰা ছিন্ন হোৱা।

১০. ছুৰীকাঘাত - ছুৰীৰদ্বাৰা কৰা জখম।

১১. ছিদ্ৰান্বেষী - লোকৰ দুখ খুঁচৰি ফুৰা।

১২. ছায়াচ্ছন্ন - এন্ধাৰে আৱৰি ধৰা।

১৩. ছদ্মবেশী - গুপ্তবেশী।

১৪. ছদ্মবেশ - নিজৰ পৰিচৰ লুকুৱাই ৰখা।

১৫. ছয়ানব্বৈ - ন দহ ছয়।

১৬. ছপাখানা - ছপা কৰা কাম।


Post Id: DABP000736