f অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning ছ ~ Daily Assam

অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning ছ


   🌹 ছ 🌹
১. ছোড় - ছিঙি দিয়া ।
২. ছ'ডা - ৰাসায়নিক পদাৰ্থ।
৩. ছাই - জুই জ্বলি নুমাই যোৱাৰ পিছত ৰৈ যোৱা অৱশিষ্ট ।
৪. ছাত্ৰাবাস - ছাত্ৰৰ গৃহ ।
৪. ছায়া - প্ৰতিচ্ছবি ।
৫. ছুৰি - নানান বস্তু কাটিবলৈ ব্যৱহাৰ কৰা এবিধ সজুলি ।
৬. ছেকনি - জুলীয়া বস্তু ছেকা সজুলি ।
৭. ছয়াময়া - ভালকৈ দেখিবলৈ নোপোৱা ।
৮. ছাত্ৰীবাসা - ছাত্ৰীৰ গৃহ ।
৯. ছিন্নমূল - মূলৰ পৰা ছিন্ন হোৱা ।
১০. ছুৰীকাঘাত - ছুৰীৰদ্বাৰা কৰা জখম ।
১১. ছিদ্ৰান্বেষী - লোকৰ দুখ খুঁচৰি ফুৰা ।
১২. ছায়াচ্ছন্ন - এন্ধাৰে আৱৰি ধৰা ।
১৩. ছদ্মবেশী - গুপ্তবেশী ।
১৪. ছদ্মবেশ - নিজৰ পৰিচৰ লুকুৱাই ৰখা ।
১৫. ছয়ানব্বৈ - ন দহ ছয় ।
১৬. ছপাখানা - ছপা কৰা কাম ।

1 comments:

Write your Comment