ভ
১. ভবিষ্যত - আগলৈ আহিবলগীয়া সময়
২. ভূতপূব - আগৰ, আগেয়ে থকা
৩. ভেদি - ভেদ কৰা, বিদীণ কৰি, পাৰ হৈ, বিন্ধা কৰি, ভিতৰলৈ সোমাই
৪. ভেম - ফিতাহি, ৰোহ, ঠেহ, অহংকাৰ
৫. ভাগৱত - ভগৱানৰ লীলা আৰু মহাত্ম্য বৰ্ণনা কৰা এখন পুৰাণ
শ্ৰীমদ্ভাগৱত, বিষ্ণুৰ ভক্ত।
৬. ভ্ৰক্ষেপ - কেৰাহিকৈ চোৱা কায
৭. ভমকা - ডাঙৰ আৰু উজ্বল (কাপোৰত বছা ফুল)
৮. ভলভলীয়া - পেটত কথা নৰখা, সৰহকৈ কথা কোৱা
৯. ভান্দাৰ - ভঁৰাল
১০. ভাৰসাম্য - বতি খাকিবলৈ কৰা প্ৰযাশ।
১১. ভিৰাই লৰ মাৰ-উলটি বা ঘূৰি লৰ মাৰ
১২. ভুতুক ভাতাক-ভাত উতলাৰ শব্দ
১৩. ভক্ষণ-খাৱন।
১৪. ভয়াৱহ-মনত ভয় জন্মোৱা।
১৫. ভাগ্যৱান-ভাগ্যশালী।
১৬. ভাঙতী- হাবি ভাঙি উলিওৱা (মাটি ) ।
১৭. ভাঙোন-ক্ৰমান্বয়ে ভাগি যোৱা অৱস্থা।
১৮. ভাটিবেলা - পাছবেলা, দুপৰীয়াৰ পাছৰ সময়ছোৱা ।
১৯. ভাটিয়ালী - বৰগীতৰ ৰাগ-বিশেষ।
২০. ভাটা - জোৱাৰৰ বিপৰীত অৱস্থা ।
২১. ভাৱে - প্ৰকাৰে, ধৰণে ।
২২. ভৰতনাট্যম - ভৰতমুনিৰ নাট্যশাষ্ত্ৰৰ প্ৰামাণ্যৰ উদ্ধৃতি দিয়া
২৩. ভাগীন - ভনী বা বায়েকৰ পুতেক।
২৪. ভাৰসাম্য - সন্তলন, মনৰ স্থিৰতা ।
২৫. ভাল ফল - সু পৰিণাম।
২৬. ভাব - অনুভৱ , চিন্তা ।
২৭. ভাবনা - চিন্তা , অনুভৱ।
২৮. ভাবাত্মক - ভাব - প্ৰকাশক ।
২৯. ভাবান্তৰ - ভাবৰ পৰিৱতন।
৩০. ভাবাৱেগ - মনৰ ভাব আৰু আৱেগ।
৩১. ভাবুক - ভাবনাত মগ্ন হৈ থকা।
৩২. ভাবোন্মত্ত - চিন্তাই যাক বিহ্বল কৰিছে ।
৩৩. ভাস্কয - সুকুমাৰ কলাৰ এটা ভাগ।
৩৪. ভাৰা - কেৰেয়া ।
৩৫. ভাৰাঘৰ - ধনৰ বাবদ আনক থাকিবলৈ দিয়া ঘৰ।
৩৬. ভিৰ - অধিকৰ সমাগম।
৩৭. ভূঞা - উপাধি-বিশেষ।
৩৮. ভূত - অপদেৱতা, অতীত কাল ।
৩৯. ভূমূকি - অলপ সময়ৰ বাবে দেখা দিয়া কাৰ্য ।
৪০. ভূঁই - খেতি ।
৪১. ভূমিসাত - মাতিৰ লতগ মিহলি হৈ যোৱা ।
৪২. ভ্ৰূণ - গৰ্ভস্ত সন্তান ।
৪৩. ভেষ - ৰূপ ।
৪৪. ভূক্ত - অৱস্থিত ।
৪৫. ভূুৰপোক - শস্যৰ পাত খোৱা এবিধ পোক ।
৪৬. ভৌগলিক - ভূগোল সম্পৰ্কীয় ।
৪৭. ভূমুকা - ভূমুকি - ঘনে - ঘনে দেখাদি নাইকিয়া হোৱা দৃশ্য ।
৪৮. ভূষণ - অলংকাৰ ।
৪৯. ভেঁকোভাওঁনা - মিছাকৈ কৰা দেখুওৱা কাৰ্য ।
৫০. ভোটোৰা - আগ জোঙা নোহোৱা ।
৫১. ভ্ৰামযমান - যি সকলোতে ঘূৰি ফুৰে ।
৫২. ভেঁকোৰ - বিশেষ - পৰজীৱী ।
৫৩. ভূল - অশুদ্ধ ।
৫৪. ভেণ্ডি - বিশেষ পাচলি ।
৫৫. ভ্ৰক্ষেপ - সাভাৰণ মনোযোগ ।
৫৬. ভোগালী - মাঘবিহু ।
৫৭. ভোটোহা - চুটি আৰু শকত ।
৫৮. ভেশছন - নিজৰ ৰূপ লুকোৱাই আনৰ ৰূপ লোৱা ।
৫৯. ভুৱা - আচল নোহোৱা ।
৬০. ভেল্কিবাজি - যাদুখেল ।
৬১. ভাজ্য - যোনটো আঙ্ক ভাগ কৰা হয়।
৬২. ভাদ - অসমীয়া মাহৰ এটা মাহ।
৬৩. ভাগৰ - মৃত্যু হোৱা ঘৰচীয়া জন্তু পেলোৱা ঠাই
৬৪. ভাটৌ - এবিধ চৰাই।
৬৭. ভাট - স্তুতিপাঠক
৬৮. ভাগুৰা - লগত ঠকা জনে নকৰিলে নিজেও নকৰা।
৬৯. ভাজ - শুদাই বা তেল দি কোনো এটা বস্তু জুইৰ তাপত সিজোৱা।
৭০. ভাঙন - নৈ বা বিল আদিত থকা এবিধ সৰু মাছ।
৭১. ভাতাৰ - মতা, পৈ।
৭২. ভাটিবেলা - আবেলি, বেলিটো পশ্চিমফালে যোৱা সময়।
৭৩. ভাগৰ - খাম কৰি বল নাইকিয়া হোৱা।
৭৪. ভাগী - কোনো এতা বস্তুৰ ভাগ পাওঁতা।
৭৫. ভাগতী - ভাগৱত ভাগী কোৱা মানুহ জন।
৭৬. ভাজক - যি অঙ্কৰে ভাগ কৰা হয়।
৭৭. ভাতী - ধাতুৰ কাম কৰা শালৰ জুই লগোৱা যতন।
৭৮. ভাগে - কোনো এতা বস্তু ভাগ কৰা।
৭৯. ভাতে - অভাৱ নোহোৱাকৈ।
৮০. ভাটা - সাগৰৰ পানী ওপৰলৈ উঠি আহি আকৌ তললৈ যোৱাকে ভাটা বোলে
৮১. ভাগ্যৱন্ত - যাৰ ভাগ্য থাকে।
৮২. ভাগ্য - কপাল, দশা।
৮৩. ভটিখানা - যি ঠাইত মদ তৈয়াৰ কৰে।
৮৪. বিটংকৈ, বহলাই।
৮৫. ভাৰতৰত্ন - ভাৰতৰ শ্ৰেষ্ঠ মানুহক দিয়া এটা শ্ৰেষ্ঠ উপাধি।
৮৬. ভাৰকেন্দ্ৰ - বস্তু এটাৰ ভৰৰ কেন্দ্ৰবিন্দু।
৮৭. ভাবনা - মনৰ ভিতৰত লাগি থকা উগুল থুগুল।
৮৮. ভাপ - তাপৰ দ্বাৰা পাতলহৈ উৰি যোৱা জুলীয় বস্তু।
৮৯. ভাবুকি - মিছাকে দিয়া ডাবি, মিছাকে দেখুৱা ভয় প্ৰদশন।
৯০. ভাল - শ্ৰেষ্ঠ, উত্তম।
৯১. প্ৰীতি কৰা, মিনতি কৰা, ভক্তি কৰা।
৯২. ভিটামিন - খাদ্যত থকা শক্তিৰ উপাদান।
৯৩. ভাৱ প্ৰৱন - সহজতে অধীৰ ঙৈ পৰা।
৯৪. ভালে - কুশলে থকা, নিৰাপদে থকা।
৯৫. ভাষ - খতা কোৱা, মাত দিয়া।
৯৬. ভাস - প্ৰকাশিত হোৱা।
৯৭. ভিজা মেকুৰি - ভয় খোৱা।
৯৮. ভাস্কৰী - বহুত বিখ্যাত পণ্ডিত ভাস্কৰচাৰ্য্যই কৰা গীতৰ টীকা।
৯৯. ভাৱনা - ভাও দেখুওৱা কাৰ্য।
১০০. ভিতৰি - ভিতৰে ভিতৰে।
Post Id: DABP000552
5 Comments