১। জগায় - টোপনিৰ পৰা তুলি দিয়ে

২। জব্দ - আটক, আৱদ্ধ

৩। জমাদাৰ - কনিষ্টবল, টেকেলা আদি সাধাৰণ কৰ্মচাৰীৰ ওপৰৰ বিষয়া

৪। জাবৰ-জোঁথৰ - পেলনীয়া বস্তু

৫। জালি - ৰূপ দিয়া, গঢ়ি দিয়া, সুৰুঙা

৬। জুম - একে ঠাইত গোট খোৱা মানুহ বা জন্তুৰ জাক

৭। জোপোহা - ডাল পাতেৰে ভৰি থকা, সৰহ ডাল পাত থকা

৮। জনবহুল – মানুহেৰে ভৰি থকা

৯। জল পৰিবহণ – নদী, সাগৰ, জলাশয়, আদিৰ ওপৰেদি যাএ্ৰী,  

১০। জাহাপনা – বাদছাহক সস্মান কৰি মতা মাত।

১১। জুপুক জাপাক – তললৈ মূৰ কৰি থকা

১২। জেঙা – লেঠা, জগৰ

১৩। জ্ঞানগভ – তত্ত্বজ্ঞানযুক্ত, বোধ গুণ থকা

১৪। জ্বলন্ত – জ্বলি থকা, নুনুমোৱা

১৫। জড়িত - লগ হৈ থকা ।

১৬। জবানবন্দী - সাক্ষী দিওতা ।

১৭। জ্বলন - খঙ থকা অৱস্থা ।

১৮। জৰুৰী - দৰকাৰী ।

১৯। জলপানি - পঢ়াজনক দিয়া জীৱিকা ।

২০। জ্বলা - বহ্নিত পোৰা ।

২১। জাননী - কিবা কাম হোৱাৰ আগতে দিয়া বাৰ্তা ।

২২। জাগৰী - জাগৃত অৱস্থাত থকা ।

২৩। জাঁজি - নৈৰ সোঁতত দুবি অহা জাঁজ ।

২৪। জবা - এক বিশেষ ফুল ।

২৫। জহনী - হাইজাৰোগ ।

২৬। জে'ল - কাৰাগাৰ ।

২৭। জুঁঠৰি - এৰি বা মুগাৰ জোঁঠা সূতা ।

২৮। জোতস্না - চৌপাশে পোহৰেৰে উজ্বল হৈ থকা অৱস্থা ।

২৭। জাতিয়াতি - লোকৰ পৰা চাই সেই একেই কামকে কৰা ।

২৮। জেঠী - এবিধ সৰু প্ৰাণী ।

২৯। জোটনি - দৰা - কইনাৰ মাজত থা মিল - ্অমিল থকা ।

৩০। জীৱাশ্ম - গেদ থকা শীলৰ মাজত তকা জীৱদেহৰ অৱশিষ্ট ।

৩১। জালী - এবিধ পাচলি ।

৩২। জোনালী - চন্দ্ৰৰ পোহৰ ।

৩৩। জাবৰ - লেতেৰা বস্তু ।

৩৪। জ্বালা - বেগেৰে লগা চোক ।

৩৫। জুপুৰি - খেৰেৰে বলোৱা ঘৰ ।

৩৬। জিৰণি - আৰাম কৰা ।

৩৭। জ্যেষ্ঠ - বয়সত সকলোতকৈ ডাঙৰ ।

৩৮। জেঠেৰী - পত্নীৰ জ্যেষ্ঠ ভাতৃ ।

৩৯। জীৱিত - জীৱাই থকা ।

৪০। জ্বালাই - বেছিকৈ ওখ অৱস্থাত ঝাতু লগাই লগ লগাই দিয়া প্ৰক্ৰিয়া ।

৪১।জন্মভূমি - জন্ম হোৱা ঠাই ।

৪২। জ'ট - কেশ ।

৪৩। জঠৰ - শৰীৰৰ কোনো অংগ কোঁচ খাব নোৱাৰা ।

৪৪। জলন্ত - জ্বলি থকা ।

৪৫। জননেন্দ্ৰিয় - সন্তানৰ লগত লগ হৈ থকা অংগ ।

৪৬। জৰিয়তে - বেলেগৰ পৰা ।

৪৭। জাৰণি - সৰু অৰণ্য ।

৪৮। জাতিষ্কাৰ - ভালকৈ সজোৱা ।

৪৯। জতুৱা - নিজৰ জাতৰ ।

৫০। জ্বলি - পকি - খঙত অগ্নিৰ দৰে থকা অৱস্থা ।

৫১। জাকৰুৱা - জুম হৈ তকা ।

৫২। জাতিলাো - এবিদ পাচলি ।

৫৩। জালভাৰী  - আহোমসকলৰ দিনত হোৱা এবিধ খেল ।

৫৪। জাতিষ্মৰ - পূৰ্বজন্মৰ কথা মনত ৰখা ।

৫৫। জাজঁৰি - দুবি অহা জাবৰৰ দ'ম ।

৫৬। জলাহী - গাখীৰ ।

৫৭। জলাকলা - বেঙা - বেঙিকৈ থকা অৱস্থা ।

৫৮। জাজ্বল্যমান - বৰকৈ চিকমিকাই থকা ।

৫৯। জাঁইফল - এবিধ গোন্ধ থকা জবা ফুল ।

৬০। জাতিসত্তা - জাতিৰ বিশেষ স্থান ।

৬১। জলোদাৰী - পেটত পানী থকা ৰোগ ।

৬২। জাঁটলী - যি মহিলাৰ চুলীত জ'ত থাকে ।

৬৩। জাতিতত্ত্ব - জাতিৰ সম্পৰ্কীয় শাস্ত্ৰ ।

৬৪। জাত্যভিংমান - জাতিৰ পতি থকা অহংকাৰ ।

৬৫। জানোচা - কিজানি ।

৬৬। জগত- বিশ্ব, মৰত ।



Post Id: DABP000542