চ 


১. চতি - ঘৰৰ এজোৰ এজোৰ খুঁটাৰ কানত পথালিকৈ খুৱাই দিয়া কাঠ বা লোহাৰ।
 
২. চৰণ - ভৰি।
 
৩. চৰ - ঘাঁহ/আহাৰ খাই ঘূৰি ফুৰ্।
 
 ৪. চহা - হাল কোৰ বাই খোৱা লোক, খেতিয়ক।
 
৫. চহিদ/ছহিদ - দেশ বা জাতিৰ বা ধৰ্মৰ বাবে মৃত্যু বৰণ কৰা লোক।
 
 ৬. চানেকি - কাপোৰত তুলিবলৈ বা বাছিবলৈ কৰা ফুলৰ আহি।
 
৭. চিপাহী - সৈনিক, প্ৰহৰী, ৰক্ষী।
 
৮. চিয়াঁ/চিঞা - আন ভাগতকৈ লাহী, ক্ষীণ।
 
৯. চেনেহ - মৰম, ভালপোৱা, স্নেহ।
 
১০. চেষ্টা - যত্ন।
 
১১. চৌহদ - চাৰিসীমা।
 
১২. চতাই 'ত মাহক মতা সম্বোধন।
 
 ১৩. চেলেং এদোৰোলীয়া পাতল গাত লোৱা কাপোৰ।
 
১৪. চক- অকস্মাত খোৱা ভয়।
 
 ১৫. চক্ৰপানি বিষ্ণু।
 
১৬. চথাদিনা- পৰহিৰ আগদিনা বা পাচদিনা।
 
১৭. চতি- ঘৰৰ  খুটাৰ কানত পথালিকৈ দিয়া কাঠ।
 
১৮. চছালি- চচা কমিৰে কৰা বেৰ আদি।
 
১৯. চকীদাৰ- পহৰাৰ দায়িত্বত থকা কৰ্মচাৰী।
 
২০. চক্ৰৱাক- চাকৈ- পকোৱা চৰাই।
 
 ২১. চণ্ডিদাস- পুৰুষৰ এটা নাম।
 
 ২২. চতুবন- চাৰি জাতিঃ ব্ৰাক্ষণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ।
 
 ২৩. চতুবেদী- চতুবেদত পগত, উপাধি - বিশেষ।
 
 
 ২৪. চতুষ্পদ চাৰিটা ঠেং থকা।
 
২৫. চন্দ্ৰাতপ- বিগ্ৰহ আদিৰ ওপৰত তৰা কপোৰ।।
 
২৬. চমৰীয়া- অনেক সৰু সৰু খহু।
 
২৭. চৰকাৰী- চৰকাৰ সস্পকীয়, চৰকাৰ অধীনস্থ।
 
২৮. চৰাই চিৰিকতি- বিভিন্ন জাতিৰ সৰু বৰ চৰাই।
 
২৯. চৰিত্ৰবান- সু- চৰিত্ৰ।
 
৩০. চৰ্দি- ভাইৰাছজনিত ৰোগ।
 
৩১. চুৱা- কেঁচুৱা
 
৩২. চিকতা- বৰ কৃপন
 
৩৩. চিকামৰলী- সৰু সাপ বিশেষ
 
৩৪. চিকুন- সুন্দৰ নিমজ
 
৩৫. চিটিবাচ- নগৰত চলা বাচ
 
৩৬. চিন্ময়- যি বিশুদ্ধ জ্ঞানেৰে ভৰপূৰ ।
 
৩৭. চিত্ৰাংকণ- ছবি অকা কায
 
৩৮. চিত্ৰায়ণ- চিত্ৰৰ ৰুপ দান
 
৩৯. চিনাকি- চিনা- পৰিচয় থকা
 
৪০. চিন্তান্বিত- চিন্তাত উদ্বিগ্ন গৈ থকা
 
৪১. চিপাহী- সেনা,কনিষ্টবল
 
৪২. চিৰজীৱী- চিৰদিন জীৱাই থকা ।
 
৪৩. চিৰস্হায়িত্ব- বহুকাল চিটিকি থকা গুন বা অৱস্হ
 
৪৪. চিলিকন- এবিধ মৌল
 
৪৫. চিহ্ন- চিন, লক্ষন
 
৪৬. চিহ্নিত যিহৰ চিন ৰাখি থোৱা হৈছে
 
৪৭. চূন- এক শ্ৰেণীৰ শিল পুৰি বগা বস্ত্ৰ
 
৪৮. চূনশিল- এবিধ শ্ৰেনীৰ পুৰি পোৱা বগা বস্ত্ত
 
৪৯. চুপাহী- ফুলৰ নিচিনা কলি ,চিতচাৰ নিচিনা ডিঙীয়া বস্ত্ত মূৰত লগোৱা ঢাকনী
 
৫০. চুপি- জুলিয়াবস্ট মুখৰ পাত্ৰত ভৰাওতে ব্যাৱহাৰ কৰা নলী থকা যতন 
 
৫১. চুবুৰীয়া- একেটা চুবুৰীতে থকা
 
৫২. চুবুৰি- গাৱৰ জনবসতিপূণ সৰু ভাগ
 
৫৩. চূৰমাৰ- ভাগী- ছিগি খণ্ড খণ্ড হোৱা
 
৫৪. চুচুৰীয়া- অলপীয়া
 
৫৫. চূণ- মিহি গুডি
 
৫৬. চুলিটাৰি- চুলীকোছা
 
৫৭. চূডা- কোনো বস্ত্তৰ জোঙা শীষভাগ
 
৫৮. চূডাকৰণ- ব্ৰাম্ক্ষণ ধম কায বিশেষ
 
৫৯. চেক- চেকা, কালিমা
 
৬০. চেকুৰা- ঢাপলি মেলা
 
৬১. চেউৰী- কম বয়সীয়া মাইকী জন্ত
 
৬২. চেকনি- বাহৰ লোকেচি
 
৬৩. চেগুন- এবিধ সুকাঠী গছ
 
 ৬৪. চেতাৰ- এবিধ ততবাদ্য
 
৬৫. চেতিয়া- উপাধি-বিশেষ
 
৬৬. চেলকনা- সৰু মাছ-বিশেষ
 
৬৭. চেলামী- এফাললৈ ক্ৰমে চাপৰ(ঠাই)
 
৬৮. চূষ্য- চুহী খাব পৰা
 
৬৯. চ্যুতি- পতন ।
 
৭০. চিকতা - কৃপণ ।
 
৭১. চিকুণ - সুন্দৰ আৰু নিমজ ।
 
৭২. চেক - কালিমা ।
 
৭৩. চেতাৰ - এবিধ বাদ্যযন্ত্ৰ ।
 
৭৪. চেকনি - বাহংৰ চেলেকি ।
 
৭৫. চূষ্য - যি বস্তু চুহি খাব পৰা যায় ।
 
৭৬. চুবুৰীয়া - কেইবাটাও পৰিয়াল লগলাগি হোৱা এক সমষ্টি ।
 
৭৭. চেঁউৰী - মাইকী জন্তু ।
 
৭৮. চেতিয়া - এটা উপাধি ।
 
৭৯. চিৰজীৱী - অমৰ ।
 
৮০. চূৰ্ণ - মিহি গুড়ি ।
 
৮১. চেগুণ - এবিধ সুকাঠী গছ ।
 
৮২. চিলিকন - এবিধ মৌল ।
 
৮৩. চুপহি - ফুলৰ এক বিশেষ অংশ ।
 
৮৪. চিহ্নিত - চিন ।
 
৮৫. চ্যুতি - ধ্বংস হোৱা ।
 
৮৬. চেলামি - নাৱৰ ঢাকনি ।
 
৮৭. চেঁকুৰা - একেবাৰে বেগেৰে দৌৰা ।
 
৮৮. চুড়া - কোনো বস্তুৰ জোঙা অংশ ।
 
৮৯. চুলিটাৰি - চুলিকোছা ।
 
৯০. চেলকণা - সৰু মাচ ।
 
৯১. চিহ্ন - লক্ষণ ।
 
৯২. চিপাহী - সন্য ।
 
৯৩. চিকামৰলী - সৰু সৰ্প ।
 
৯৪. চিনাকী - এজনৰ আগত নিজৰ পৰিচয় দাঙি ধৰা ।
 
৯৫. চূণ - তামোলৰ লগত খোৱা এবিধ খাদ্য ।
 
৯৬. চিত্ৰাংকণ - চিত্ৰ অংকণ কৰা ।
 
৯৭. চূণশিল - দিলাই পাহাৰত পোৱা এবিধ গেদীয় শিল ।
 
৯৮. চিন্তান্বিত - চিন্তাত নিমগ্ন হৈ থকা অৱস্থা ।
 
৯৯. চেলেপু - ভাল-বেয়া নিবিচাৰি  মুখত যি আহে তাকে কোৱা ।
 
১০০. চিলিমছিগা - সকলো উপায় বা আশা নষ্ট হোৱা ।
 
১০১. চকু চাওঁতেই- চকু পচাৰতে।
 
১০২. চকো- ৰাভা জনগোষ্ঠীৰ মাজত চলি থকা মদ।
 
১০৩. চকি চকি- ভয়ে ভয়ে।
 
১০৪. চটি- গপ।
 
১০৫. চখেয়া- ঘৰচিৰিকা।
 
১০৬. চঞ্চৰ- চঞ্চল।
 
১০৭. চচ্মা- গতা মাৰ।
 
১০৮. চতুৰ- চাতুৰ্য।
 
১০৯. চত্বৰ- চোঁতাল।
 
১১০. চন্দ্ৰকান্তি- জোনাক।
 
১১১. চন্দ্ৰিক- নাপিত।
 
১১২. চবুজ- সেউজীয়া।
 
১১৩. চৰণ্- ভৰি।
 
১১৪. চৰম্- লাজ্।
 
১১৫. চৰাওঁতা- চৰোৱা মতা।
 
১১৬. চৰ্ভট- এবিধ বাঙী।
 
১১৭. চলাথ- তন্ন-তন্নকৈ।
 
১১৮. চহা- বেলেগৰ দ্বাৰা চাহ কৰ।
 
১১৯. চাইটা- চাৰি গাট।
 
১২০. চাক- ভাত।
 
১২১. চাং- ভঁৰাল।
 
১২২. চাকা- গাড়ী ইত্য়াদিৰ ঘিলা।
 
১২৩. চান্দ্ৰক- আদা।
 
১২৪. চাফাই- পৰিষ্কাৰ কৰা কাৰ্য।
 
১২৫. চামৈ তামোল- চালতামোল।
 
১২৬. চাৰি- দুবাৰ দুই।
 
১২৭. চামন- এবিধ প্ৰেতাত্মা।
 
১২৮. চালঠেঙা- ৰ'দ।
 
১২৯. চাৰে্- আধা।
 
১৩০. চপ- মাংস ইত্য়াদি সৰুকৈ কাটি আলুৰ লগত মিহলাই কৰা ভজা বৰ।
 
১৩১. চন্দুক- পেড়া।
 
১৩২. চন্চিয়া- চঞ্চল।
 
১৩৩. চতুৰ্পাশে- চৌপাশে।
 
১৩৪. চঁৰাল্- চঁড়াল্।
 
১৩৫. চংগা- চুঙা।
 
১৩৬. চ- অসমীয়া বৰ্ণমালাৰ এটা বৰ্ণ।
 
১৩৭. চকু-কাণ দে- চুৱা-চিতা কৰ।
 
১৩৮. চঞ্চলা- বিজুলী।
 
১৩৯. চণ্ডাপতি- শিৱ।
 
১৪০. চন্তক- চম্পা ফুল।
 
১৪১. চন্দ্ৰবালা- ডাঙৰ ইলাচী।
 
১৪২. চপা- চমাক ফুল।
 
১৪৩. চমৰ- এবিধ হৰিণ।
 
১৪৪. চৰ্- চৰিয়া।
 
১৪৫. চূষা- কঁকালী।
 
১৪৬. চলচ্চিত্ৰ- কথাছবি।
 
১৪৭. চলুৱে চলুৱে পানী খা- লটি ঘটি হ।
 
১৪৮. চাগে- জানোচা।
 
১৪৯. চান্দ্ৰায়ণ- চন্দ্ৰ ব্ৰত।
 
১৫০. চাবাচি- বেঙেনা।
 
১৫১. চাৰি বস্তু- গুৰু, দেৱ, নাম, ভকত।
 
১৫২. চাৱলীয়া- এঢলীয়া।
 
১৫৩. চিকাফুৰা- চিকাইৰ চুই যোৱাত অদিক বেয়া গোন্ধ হোৱা।
 
১৫৪. চিজ- বস্তু।
 
১৫৫. চিত্ৰফলক- চিত্ৰ অংকণ কৰিবৰ কাৰণে ফলি বা পট।
 
১৫৬. চিনেমা- কথাছবি।
 
১৫৭. চিৰবিদায়- মৃত্য়ু।
 
১৫৮. চিৰকালৰ নিমিত্তে- চিৰদিনৰ কাৰণে।
 
১৫৯. চিবৰুগ্ন- চিৰৰুগীয়া।
 
১৬০. চিহৰ- চিঞৰ।
 
১৬১. চুঙা বাদুলিয়ে ঢোল যেন কণী পাৰ- সামান্য় বা সৰু লোকে ডাঙৰ কৰ্ম কৰা।
 
১৬২. চুম্বক- কঠোৰ।
 
১৬৩. চেংলুং- টাই-বৌদ্ধ লোকসকলৰ বৰতাল।
 
১৬৪. চেদ- ধ্বংস কৰ।
 
১৬৫. চেচু- কুমলীয়া ফলৰ পৰা ওলোৱা এঠা।
 
১৬৬. চেৰণি- পেট চলা বেমাৰ।
 
১৬৭. চেষ্ট- চেতনা।
 
১৬৮. চৌচালি- চাৰিখন ঢাল থকা।
 
১৬৯. চ্চিৎ- শৰীৰ।
 
১৭০. চেঙা- এক প্ৰজাতিৰ আহুধান।
 
১৭১. চুৱা- অশুচি।
 
১৭২. চুখ্ৰু- ন।
 
১৭৩. চিলনী জিয়েক- আজলী ছোৱালী।
 
১৭৪. চুচ্চা- শুকান মাছৰ গুৰি।
 
১৭৫. চুম্বক বচন- টান বাক্য়।
 
১৭৬. চূৰ্ণকাৰ- এটা বৰ্ণসংকৰ জাতি।
 
১৭৭. চেঙা-মূৰীয়া-অৰ্শৰোগ।
 
১৭৮. চুম- এবিধ মল্লযুদ্ধ।
 
১৭৯. চুৰু- আৰম্ভ।
 
১৮০. চেতা- সতৰ্ক কৰ।
 
১৮১. চেঁউৰী- সৰু মাইকী জন্তু।
 
১৮২. চিলাই- সিয়নি।
 
১৮৩. চুকা- পৰিশোধ কৰ।
 
১৮৪. চিলি- দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত।
 
১৮৫. চিৰদিন- নিতৌ।
 
১৮৬.  চিপত-পিট- ফেঁচা নাক।
 
১৮৭. চিত্ৰাক্ষি- মইনা চৰাই।
 
১৮৮. চিলানি- চিলাই।
 
১৮৯. চুটা- কম।
 
১৯০. চীনাংশুক- চীন দেশত প্ৰস্তুত কৰা পাট কাপোৰ।
 
১৯১. চীন- এবিধ হৰিণ।
 
১৯২. চিন্তনীয়- ভাৱিব লগীয়া।
 
১৯৩. চিগা- সকল।
 
১৯৪. চালিছ- ডিমাছা জনগোষ্ঠীৰ লোকসকলৰ সমাজ।
 
১৯৫. চিকিল- বোকা।
 
১৯৬. চালুন- চালনী।
 
১৯৭. চাব্- মোহৰ।
 
১৯৮. চানা- খাৱন।
 
১৯৯. চাকৰণী- বেলেগৰ ঘৰত কাম কৰা মহিলা।
 
২০০. চলা- গুৰি ধৰ।
 
২০১. চৰণৰ ছাঁ- আশ্ৰয়।
 
২০২. চতাই- বৰদৈচিলাৰ ভগ্নী নগৰাকীৰ ভিতৰত এগৰাকী।
 
২০৩. চই- কাৰ্বি জনগোষ্ঠীৰ পূৰুষসকলে পৰিধান কৰা
হাতখঁৰা চোলা।
 
২০৪. চক- উচাপ।
 
২০৫. চকুত ধৰ- অপমান কৰ।
 
২০৬. চটক্- ঘৰচিৰিকা চৰাই।
 
২০৭. চবাতি- মদৰ পিঠা।
 
২০৮. চন্দ্ৰলেখা- চন্দ্ৰকলা।
 
২০৯. চক্ৰিবাণ- গাধ।
 
২১০. চকুত চলিহা পৰ- বয়সিয়াল হোৱাৰ লগে লগে চকুৰ দৃষ্টিশক্তি কমি যোৱা।
 
২১১. চগুনপানী- নেপালী জনগোষ্ঠীৰ লোকসকলৰ বিশেষ লাওপানী।
 
২১২. চমসী- এবিধ পিঠা।
 
২১৩. চৰহ্- চোহ।
 
২১৪. চৰাইৰ লগৰ মানুহ- যি স্থানত অস্থিৰতা মানুহ থকা।
 
২১৫. চৰ্ষণি- মানুহ।
 
২১৬. চহল্- যাবলৈকে ভাল।
 
২১৭. চাপা- গাল।
 
২১৮. চাঁদ- জোন।
 
২১৯.  চৰমাচল-স্থাৱৰ।
 
২২০. চৰ্য- আচৰণীয়।
 
২২১. চলীয়া- ছাদযুক্ত।
 
২২২. চৰমকাল- মৃত্য়ুৰ সময়।
 
২২৩. চতুৰতাৃ- টেঙৰালি।
 
২২৪. চন্দ্ৰমা- চন্দ্ৰ।
 
২২৫. চম্পট-  স্থানত পলায়ন কাৰ্য।
 
২২৬. চতুৰ্থী- পূৰ্ণিমা বা আউসীৰ পিছৰ চাৰি নম্বৰৰ তিথিটো।
 
২২৭. চগা- এবিধ অতি বেয়া গোন্ধ ওলোৱা পোক যিয়ে আন্ধাৰ ৰাতি জুইত পৰেহি।
 
২২৮. চ- ব'ল।
 
২২৯. চঞ্চল্- অস্থিৰ।
 
২৩০. চতুৰ্বাহু- ভগৱান বিষ্ণু।
 
২৩১. চন্দ্ৰহাস- খৰ্গ।
 
২৩২. চৰাই- পক্ষী।
 
২৩৩. চৰ্মবসম- মহাদেৱ।
 
২৩৪. চহৰা- খোঁকা।
 
২৩৫. চাট্টাই- তৰা।
 
২৩৬. চাৰ- ওখ।
 
২৩৭. চুপে-চাপে- মনে-মনে।
 
২৩৮. চুড়ান্ত- শেষ।

 

Post Id: DABP000541