f অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning গ ~ Daily Assam

অসমীয়া শব্দ অৰ্থ, অভিধান Assamese word Meaning গ

     ঊ ঋ              ঞ                ম     ৱ     হ  ক্ষ ড় ঢ় য়
🎕  

১. গঠন - গঢ়, ৰূপ, আকৃতি
২. গধূলিগোলাপ - গধূলি ফুলা এবিধ ফুল
৩. গুঞ্জৰি - গুণ্ গুণ্ কৰি ( ভোমোৰাই মৌপান কৰিবৰ সময়ত কৰা শব্দ)
৪. গাঢ – ডাঠ(ৰং)
৫. গতি বিধি – আও-ভাও,নিয়ম প্ৰণালী
৬. গন্তব্যস্থান – যাবলগীয়া ঠাই
৭. গৰাখহনীয়া – নৈ পুখুৰী আদিৰ পাৰৰ মাটি চপৰা-চপৰে খহি পৰা কাৰ্য
৮. গুজুক-গাজাক -  গুজগুজীয়া , ফুচফুচীয়া (মেল)
৯. গণিকা - বেশ্যা ।
১০. গমাৰি - এবিধ ডাঙৰ গছ ।
১১. গঁৰল - ডিঙিত হোৱা এবিধ ৰোগ ।
১২. গঁৰাল - জীৱ - জন্তু ৰখা পিঞ্জৰা ।
১৩. গৰৈ - এবিধ মাছ ।
১৪. গৰিষ্ঠ - সংখ্যাত অধিক ।
১৫. গৰিব -দৰীদ্ৰ ।
১৬. গহনা - আ - অলংকাৰ ।
১৭. গইনা - অৱলম্বন ।
১৮. গঢ়পিট - দৈহিক গঠন ।
১৯. গৰ্ভাধান - পৰ্ৰথম সন্তান কামনাৰে স্বামী - স্ত্ৰীয়ে পালন কৰা ২০.অনুষ্ঠান বিশেষ ।
২১. গৰিবি - দৰিদ্ৰ অৱস্থা ।
২২. ডগধুলি - সন্ধিয়া সময় ।
২৩. গদাপানি - শ্ৰীকৃষ্ণ ।
২৪. গণিত - অঁকবিদ্যা ।
২৫. গৰীয়সী - মহিয়সী ।
২৬. গৰ্ভৱতী - গৰ্ভত সন্তান থকা স্ত্ৰী ।
২৭. গৰ্ভস্ৰাৱ - অকালতে ভ্ৰূণ নষ্ট ।
২৮. গলি - ঠেক পঠ ।
২৯. গহনা - গাঠৰি - আ - অলংকাৰ 
৩০. গমিৰি - এবিধ ধান ।
৩১. গতায়ুস - আয়ুস শেষ হোৱা ।
৩২. গধুৰ - ওজন ।
৩৩. গাঁথনি - গঁথা কাৰ্য ।
৩৪. গণক - জ্যোতিষমতে ।
৩৫. গাঁথনি - গঁথা কাৰ্য ।
৩৬. গাঁৰ - বিষযুক্ত ডাঙৰ গছ ।
৩৭. গাঁত - মাটিত খান্দি কৰা সৰু আকাৰৰ দ অংশ ।
৩৮. গিলাচ - পি খাবলৈ ব্যৱহিত চুঙাকৃতিৰ পাত্ৰ ।
৩৯. গূ - মল ।
৪০. গুটিয়া - মুঠি মুটিকৈ বন্ধা ।
৪১. গিৰীন্দ্ৰ - হিমালয় ।
৪২. গীটাৰ - এবিধ বাদ্যযন্ত্ৰ ।
৪৩. গাৱঁলীয়া - গাওঁ সম্পৰ্কীয় ।
৪৪. গা টঙা - ভাল অৱস্থালৈ আহ ।
৪৫. গান্ধাৰী - ধ-তৰাষ্টৰ পত্নী আৰু দুৰ্যোধনৰ মাতৃ ।
৪৬.গুচ্ছ - একেজাতীয় বস্তুৰ থুপ ।
৪৭.গাঁঠি - ৰছীৰ বান্ধ ।
৪৮. গন্ধৰ্ব বিবাহ - দৰা - কইনাৰ মতত গোপনে সম্পন্ন হোৱা বিবাহ ।
৪৯. গাভিনী - গৰ্ভবতী ।
৫০. গা - মুৰি - এঙামুৰি ।
৫১. গাম্ভীৰ্য - গম্ভীৰ স্বভাৱ ।
৫২. গীতাঞ্জলি - গীতৰ অঞ্জলি ।
৫৩. গাঁথনি - এটাৰ গাত আন এতা দি সংযোগ কৰা কাৰ্য ।
৫৪. গাঁঠয়ন - বহুত গাঁঠিযুক্ত এবিধ সুগন্ধী শিপা ।
৫৫. গাথা - কাহিনীপ্ৰধান কাব্য ।
৫৬. গাঁজ - সুৰুঙা নথকা ।
৫৭. গৃহস্থী - ঘৰ - সংসাৰী ।
৫৮. গুৱামৰি - চফগুটি ।
৫৯. গুৰ - কুঁহিয়াৰ ৰসৰপৰা প্ৰস্তুত কৰা এবিধ খাদ্যবস্তু ।
৬০. গেঁঠু - এবিধ সৰু মাছ ।
৬১. গেন্ধালি - বগা ফুলৰ ।
৬২. গোঁজ - হেঁচি সুমোৱা ।
৬৩. গুনাহ - অপৰাধ ।
৬৪. গুণিতক - হৰণ কৰিলে ভাগশেষ নথকা ৰাশি ।
৬৫. গৃহিণী - ঘৰৰ মূল তিৰোতাগৰাকী ।
৬৬. গেৰো - গেঁথো - কৰোঁ - নকৰোঁ ভাৱ ।
৬৭. গেঞ্জি - বনিয়ন ।
৬৮. গেঁঠেলা - নিসিজি টান হৈ ৰৈ যোৱা ।
৬৯. গোছ - প্ৰথমে ৰোৱা কঠীয়াৰ মুঠি ।
৭০. গোছা - কঠিয়াৰ মুঠি ।
৭১. গেথু - এবিধ লাহী ধান ।
৭২. গোলাম- দাস ।
৭৩. গোঁজ – জেওৰাৰ বাবে পোতা গছৰ কেঁচা ডাল ।
৭৪. গজালি – পোখা ।
৭৫. গোহাঁই - বিশেষ উপৰাধি ।
৭৬. গেৰেকনি  - উচ্ছিত বস্তু পেলোৱা ঠাই ।
৭৮. গুপুত - যিটো গোপন কৰি ৰখা হৈছে ।
৭৯. গুড়ি - চালনী - গুড়ি বস্তু চালিবলৈ ব্য়ৱহৃত চালনী ।
৮০. গুপ্তবেশী - চদ্মবেশী ।
৮১. গুৰুত্ব - ছদ্মবেশী ।
৮২. গুলীয়াগুলি - পৰস্পৰৰ গুলী নিক্ষেপণ ।
৮৩. গঁতা - মানে গলধনত ধৰি হাতেৰে ঠেলা মৰা।
৮৪. গঁঠীয়া - মানে বহুত বেছি গাঠি ঠকা।
৮৫. গউৱা - মানে গৰু।
৮৬. গঁড় - মানে হাতীৰ নিচিনা কিন্তু তাৰ শুৰ নাই।
৮৭. গইনা - মানে ৰক্ষা কৰা ঠাই।
৮৮. গঁতিয়া - মানে ডিঙিত ধৰি ঠেলা মৰা কাৰ্য।
৮৯. গঁৰল - মানে ডিঙি ফুলি অহা ৰোগ।
৯০. গজমূৰা - মানে ঘৰৰ সকলো মানুহ মৰাৰ পিছতো জিয়াই থকা। ৯১. গঙ্গা-চিলনী - মানে পানীৰ ওপৰত উৰি মাছ আদি ধৰি খোৱা এবিধ বগা চৰাই।
৯২. চুম্বী - মানে আকাশ স্পৰ্শ কৰি থকা।
৯৩. গছ - মানে মাটিত গজা এবিধ উদ্ভিদ।
৯৪. গছমূৰ্খ - মানে মূৰ্খ বা অজ্ঞানী।
৯৫. গছোৱাই - সহজতে গছত উঠিব পৰা।
৯৬. গছা - মানে ছাকি থৈ দিবৰ বাবে কৰা যতন।
৯৭. গগল - মানে আঙ্গুলীত হোৱা এবিধ ৰোগ।
৯৮. গজৰ - মানে সন্তোষ নোহোয়া।
৯৯. গজা - অঙ্কুৰীত হোৱা
১০০. গগনা - বাঁহৰে বনোৱা মুখেৰে বজোৱা এবিধ বাদ্য

3 comments:

Write your Comment