ল
১। লঘোন - একো নোখোৱাকৈ থকা।
২। লক্ষ্য - নজৰ।
৩। লজ্জান্বিত - যি লাজ পাই।
৪। লঘিষ্ঠ - একেবাৰে সৰু।
৫। লাৱন্য - দেখিৱলৈ দেখিৱলৈ শুৱনি।
৬। লেখনি - লিখা।
৭। লটপটীয়া - দুষ্ট স্বভাৱৰ।
৮। লুচি - তেলত ভজা ৰুটি।
৯। লাট - পাটসূতাৰ জোঁঠা।
১০। লাৰু - পিঠাগুৰি গুৰ আদিৰে কৰা ঘূৰণীয়া খাদ্য।
১১। লাথি - মাৰ - পীত কৰিৱলৈ ব্যৱহাৰ কৰা জঁদুলি
১২। লাহী - স্বাস্থ্যহীন।
১৩। লাঞ্ছিত - লাজ কৰা।
১৪। লুঙি - পূৰুষসকলে পিন্ধা এবিধ বস্ত্ৰ।
১৫। লাহৰী - মৰমতে কৰা সম্বোধন।
১৬। লুতুৰা - লুভীয়া।
১৭। লিপিত - এঠাৰ দৰে লাগি ধৰা ।
১৮। লুণীয়া - লোণৰ সোৱাদযুক্ত ।
১৯। লাহতী - লাহ - বিলাসপ্ৰিয় তিৰোতা ।
২০। লেকেটা - সহজতে েৰি নোযোৱা ।
২১। লাঠী - চুটি দণ্ড ।
২২। লৱনু - মাখন ।
২৩। লেঙেৰা - খুৰা ।
২৪। লেছেৰি - এবিদ পাচলী ।
২৫। লুঠুমা - একো নথকা ।
২৬। লুটপাত - ব্যাপকৰূপে কৰা লুট ।
২৭। লগুণ - ব্ৰাক্ষ্মণ আদি লোকে ঘাগৰিগতীয়াকৈ পিন্ধা ৰছি ।
২৮। লটাৰি - ভাগ্য পৰীক্ষাৰ খেল ।
২৯। লহৰী - লহৰ ।
৩০। লহকাৰী - লহৰৰ - সম্বন্ধীয় ।
৩১। লক্ষ্মীকান্ত - চহকী লোক ।
৩২। লভ্যাংশ - লাবৰ অংস ।
৩৩। লাও - এবিধ পাচলী ।
৩৪। লাগতিয়াল - প্ৰয়োজন হোৱা ।
৩৫। লাঞ্চনা - তিৰস্কাৰ ।
৩৬। লঘু - পাতল ।
৩৭। লঘুকৰণ - গুৰুত্ব নিদীয়া ।
৩৮। লয়-ক্ষয়- লয় পা ।
৩৯। লোৱাৰ কাপ- লোৰ কাপ ।
৪০। লয়-খয় – লোপ আৰু ক্ষয় ।
৪১। লোকাৰণ্য – মানুহৰে ভৰপূৰ।
৪১। লুইত - বহ্মপুত্ৰ।
৪২। লুথুৰি পিথা - পানীত সিজোৱা পিথা।
৪৩। লুভীয়া - লোকৰ বস্তুলৈ বহুত হেপাহ যগা।
৪৪। লুকা - ঢাকি ল।
৪৫। লুপ লুপা - বহুত খাই থকা।
৪৬। লুটি - কাষ।
৪৭। লুচি - তেলত ভজা আতা পিঠা।
Post Id: DABP000741
6 Comments