অ 
অমাতাৰ মাত- আধাফুটা মাত, শুনিবলৈ শুৱলা মাত
অৱহেলা- আওহেলা, অনাদৰ
অনুপ্ৰাণিত- উৎসাহিত
অন্যতম- বহুতৰ ভিতৰত বিশেষ এজন বা এটা
অমূল্য- যাৰ মূল্যৰ সীমা নাই, যাৰ উচিত মূল্য বা বেচ দিব পৰা নাযায়
অবিৰাম- বিৰামহীন, নেৰা-নেপেৰা
অসহনীয়- অসহ্য
অলেখ- লেখহীন বা গণনা কৰিব নোৱাৰা, অসংখ্য
অনিষ্ট- হানি, ক্ষতি, অপকাৰ
অলেখ- লেখ বা গণনা কৰিব নোৱাৰা, অসংখ্য, বিস্তৰ, বহুত
অব্যাহত- অবাধ, বাধাহীন, অনগল
অঞ্চল- কোনো এক ভৌগোলিক পৰিসীমাৰ বিশেষ খণ্ড, এলেকা; বিশেষ ভূখণ্ডৰ কোনো এটা ভাগ
অনুষ্ঠান- সভা, অধিৱেশন, বৈঠক; শাস্ত্ৰীয় ক্ৰিয়া-কম, উৎসৱাদি
অভিমুখে- ফালে, দিশে
অস্ত- মাৰ যোৱা, তললৈ নামি নেদেখা হোৱা
অক্ষিপট- চকুৰ মণিৰ ভিতৰৰ ফালে থকা মিহি ছাল
অখাদ্য - খোৱাৰ অনুপযোগী
অনায়াসে - অলপ চেষ্টাতে, সুকলমে, সুগমে
অনুসৰি - সেইমতে, অনুযায়ী
অংকন- অঁকা কায
অঞ্জলি- আঁজলি
অনুক্ৰম- যথাক্ৰম
অগণিত- গণনা কৰিব নোৱাৰা
অঁকৰা- বোধশক্তিহীন
অগস্ত্য- এজন ঋষিৰ নাম
আগ-ভেটা- বাধা প্ৰদান
অকাযকৰী- কাৰ্যকৰী নোহোৱা
অকস্মাৎ- হঠাৎ
অকণমান- অলপ বা সৰু
অংগীকাৰ- প্ৰতিজ্ঞা
অণুবীক্ষণ- খালী চকুৰে দেখা নোপোৱা বস্তু এটা দেখা পোৱা যন্ত্ৰ।
অগ্নিবাণ- পৌৰাণিক যুদ্ধাস্ত্ৰ- বিশেষ
অংগীভূত- অংগৰূপে অন্তৰ্ভুক্তি ঘটা
অতলস্পশ- চলি ঢুকি নোপোৱা, বৰ দ
অকালপক্ক- অকালতে পকা
অনুপ্ৰেৰণা - উৎসাহ, উদ্গনি
অন্বয় - সম্বন্ধ, সংযোগ
অভিমুখী - দিশে, ফালে
অভিভূত - বিহুৰ, তলত হেৰোৱা
অজন - চেষ্টা কৰি পোৱা, আহৰণ কৰা
অৱদান - মহৎ কাম, সকলোৱে প্ৰশংসা কৰা কাম, দান বা বৰঙণি
অব্দ - বছৰ
অহংকাৰ - গব, ইদপ, নিজক ডাঙৰ বা শ্ৰেষ্ঠ বুলি ভবা
অসীম - সীমা নথকা, অশেষ
অমাতাৰ মাত- আধাফুটা মাত, শুনিবলৈ শুৱলা মাত
অৱহেলা- আওহেলা, অনাদৰ
অনুপ্ৰাণিত- উৎসাহিত
অন্যতম- বহুতৰ ভিতৰত বিশেষ এজন বা এটা
অমূল্য- যাৰ মূল্যৰ সীমা নাই, যাৰ উচিত মূল্য বা বেচ দিব পৰা নাযায়
অবিৰাম- বিৰামহীন, নেৰা-নেপেৰা
অসহনীয়- অসহ্য
অলেখ- লেখহীন বা গণনা কৰিব নোৱাৰা, অসংখ্য
অনিষ্ট- হানি, ক্ষতি, অপকাৰ
Read More...


 আ 
আখ্যা - নাম, উপাধি, সংজ্ঞা, খিতাপ
আগচি - আগভেটি ধৰি, যোৱাত বাধা দি, আগুৰি ধৰি
আগলি - আগ বা মূৰৰ ভাগ
আঘাত - প্ৰহাৰ, মাৰ, কোব
আদেশ - হুকুম, আজ্ঞা
আন্দোলন - কোনো সমূহীয়া দাবী পূৰণৰ বাবে ঐক্যবদ্ধ হৈ কৰা বিক্ষোভ
আমুৱা - হেঁপাহ নাইকিয়া, ভোগ কৰিবলৈ অনিচ্ছা
আৱৰণ - গছৰ ছাল, ফল আদিৰ ভিতৰত থকা অতি মিহি সূতাৰ নিচিনা বস্তু
আপুৰুগীয়া- দুৰ্লভ, আটকীয়া
আকাৰ- আকৃতি, গঢ়, গঠন
আমোলমোল- মলমলীয়া গোন্ধযুক্ত, সুৱাসিত
আখ্যান- কাহিনী, উপাখ্যান, সাধুকথা
আবদাৰ- গভীৰ আৰু পৰিপূৰ্ণ মৰম, মৰম লগোৱা কাম, অসংগত দাবী
আউল-বাউল - বিশৃংখল, সানমিহলি
Read More....



 উ 
উলাহ- উল্লাস, আনন্দ, আহ্লাদ, ৰং
উৱলি- গেলি পচি
উৰুখি- চালেদি ( বৰষুণৰ পানী) সৰকি


 এ 
এতেকতে- এই কাৰণে, এই গতিকে, এই নিমিত্তে; এনেতে, এনেসময়তে


 ও 
ওফন্দি- উখহি, ফুলি


 ক 
কামনা - ইচ্ছা, বাঞ্চা
কীৰ্তি চিহ্ন - নাম উজলাই ৰখা চিহ্ন/কাম/সজকাম
কুণ্ঠাবোধ - সংকোচ, দ্বিধাভাৱ
কেঁকো-জেকোকৈ - গধূৰ বস্তুৰ ভৰত বেঁকা হৈ বা কুঁজা হৈ
কোণ - চুক
কোৱা - মতা কাউৰী
কাটন- চোকা, তীক্ষ্ণ
কেৰামতালি- বল বা পৰাক্ৰম দেখুৱাই কৰা অহংকাৰ, শক্তি মন্ত্ৰৰ আচৰণ বা স্বভাৱ
কেও- কোনো, কোনো এটাও


 খ 
খদ্দৰ - হাতে কটা সূতাৰে বোৱা কাপোৰ
খৰধৰকৈ - বেগাই, ততাতৈয়াকৈ
খঁৰাশিয়াল - নেজকটা বা নামমাত্ৰ নেজ থকা শিয়াল
খেতি-বাতি - খেতিকায, কৃষি কৰ্ম
খেতিয়ক - খেতিকৰা লোক, কৃষক



 গ 
গঠন - গঢ়, ৰূপ, আকৃতি
গধূলিগোলাপ - গধূলি ফুলা এবিধ ফুল
গুঞ্জৰি - গুণ্ গুণ্ কৰি ( ভোমোৰাই মৌপান কৰিবৰ সময়ত কৰা শব্দ)



 ঘ 
ঘনচিৰিকা - এবিধ সৰু চৰাই। মানুহৰ ঘৰত বাহ লয় আৰু চিৰিক চিৰিককৈ মাতে



 চ 
চতি - ঘৰৰ এজোৰ এজোৰ খুঁটাৰ কানত পথালিকৈ খুৱাই দিয়া কাঠ বা লোহাৰ টুকুৰা ভৰি
চৰণ - ভৰি
চৰ - ঘাঁহ/আহাৰ খাই ঘূৰি ফুৰ্
চহা - হাল কোৰ বাই খোৱা লোক, খেতিয়ক
চহিদ/ছহিদ - দেশ বা জাতিৰ বা ধৰ্মৰ বাবে মৃত্যু বৰণ কৰা লোক
চানেকি - কাপোৰত তুলিবলৈ বা বাছিবলৈ কৰা ফুলৰ আহি
চিপাহী - সৈনিক, প্ৰহৰী, ৰক্ষী
চিয়াঁ/চিঞা - আন ভাগতকৈ লাহী, ক্ষীণ
চেনেহ - মৰম, ভালপোৱা, স্নেহ
চেষ্টা - যত্ন
চৌহদ - চাৰিসীমা



 জ 
জগায় - টোপনিৰ পৰা তুলি দিয়ে
জব্দ - আটক, আৱদ্ধ
জমাদাৰ - কনিষ্টবল, টেকেলা আদি সাধাৰণ কৰ্মচাৰীৰ ওপৰৰ বিষয়া
জাবৰ-জোঁথৰ - পেলনীয়া বস্তু
জালি - ৰূপ দিয়া, গঢ়ি দিয়া, সুৰুঙা
জুম - একে ঠাইত গোট খোৱা মানুহ বা জন্তুৰ জাক
জোপোহা - ডাল পাতেৰে ভৰি থকা, সৰহ ডাল পাত থকা



 ঠ 
ঠিক - নিশ্চয়, হুবহু
ঠিকনা - থকা ঠাই



 ঢ 
ঢোল - এবিধ বাদ্যযন্ত্ৰ
Read More...




 ত 
ততালিকে - তৎক্ষণাতে, ততাতৈয়াকৈ
তন্ন তন্নকৈ - চালিজাৰি, এটা এটা কৈ বিচাৰি
তযূ - তোমাৰ
তৰুণ - যুৱ, কম বয়সৰ, ডেকা
তুলি-তালি - পোহপাল দি, ডাঙৰ দীঘল কৰি
Read More...




 থ 
থমকি - হঠাৎ আগ নবঢ়াকৈ ৰৈ
থৰক-বৰক - কপাঁ, অস্থিৰ, অধীৰ
থুপি - সৰু থোপা


 দ 
দম - একে ঠাইতে ওখকৈ গোটাই থোৱা বস্তু


 ধ 
ধতুৰা গুটি - ধতুৰা নামৰ এবিধ গছৰ গুটি
ধপ্  ধপ্ - চৰায়ে ডেউকাৰে আঘাত কৰিলে হোৱাৰ নিচিনা শব্দ, কঁপা বা ঘনকৈ লৰ্ ( বুকু, কলিজা আদি)
ধাৰেৰে - একেলগে বৈ, জোৰেৰে বৈ
ধিয়াই - ধ্যান কৰি, মনত ভাবি


 ন 
নতকী - নাচনী, নচত পাৰ্গত
নৰিয়া - বেমাৰ, ৰোগ
নিচান- পতাকা, ধ্বজ, সংকেত
নিমন্ত্ৰণ- কোনো কামৰ বাবে মতা কায
নেওচি - অতিক্ৰম কৰি, পাৰহৈ, পাচ পেলাই
নেৰা-নেপেৰা - একেৰাহে, একে লেথাৰিয়ে চলি থকা


 প 
পচনসাৰ - জাৱৰ - জোঁথৰ পুতি থৈ কৰা পাৰ
পদূলি - বাটৰ সমুখভাগ, মানুহ ঘৰলৈ সোমোৱা অংশ
পলম - লেহেম, হেমাহি, বিলম্ব
পৱন - বতাহ, বায়ু
পৰামৰ্শ - আলোচনা, মন্ত্ৰণা, বুদ্ধি
পৰিচ্ছন্ন - চাফা, পৰিষ্কাৰ
পৰিমল - সুগন্ধ, অতি উত্তম ঘ্ৰাণ
পৰিশ্ৰম - মনেৰে বা গাৰে/শৰীৰৰে কৰা যত্ন, চেষ্টা, কষ্ট
পাঙিলে - বুদ্ধি সাজিলে
পাৰিষদ - সভাসদ
প্ৰিয় - চেনেহৰ, সাদৰৰ
পীৰা - চাৰিটা চুটি খুৰা থকা কাঠৰ আসন
পূছনীয় - মাননীয়, শ্ৰদ্ধাৰ যোগ্য, মানপোৱাৰ যোগ্য
পোহ-পাল - প্ৰতিপালন, খাবলৈ পিন্ধিবলৈ কায


 ব 
বঁটা - ভাল কাম কৰাৰ বাবে দিয়া পুৰস্কাৰ বা বস্তু
বতৰা - খবৰ, বাতৰি, বাৰ্তা
বতা-চৰাই - এবিধ মটিয়া বৰণৰ সৰু চৰাই
বৰমূৰীয়া - প্ৰধান, মুখিয়াল
বাঞ্ছা - ইচ্ছা, কামনা, অভিলাষ
বাছ-আস্থান - বাছ ৰখোৱা ঠাই
বাহঁ-বাৰী - বাঁহনি, অধিক পৰিমাণে বাঁহ থকা ঠাই
বিৱৰি - বহলাই বা ভাঙি পাতি
বিৰিণা - পাতত ধাৰাবাহিকভাৱে থকা এবিধ ওখ বন
বিশাল - ডাঙৰ, বহল, বৃহৎ
বিস্ময় - আচৰিত, তধালগা অৱস্থা
বীজ - গছৰ গুটি
বোৱনী - কাপোৰ বোৱা তিৰোতা


 ভ 
ভবিষ্যত - আগলৈ আহিবলগীয়া সময়
ভূতপূব - আগৰ, আগেয়ে থকা
ভেদি - ভেদ কৰা, বিদীণ কৰি, পাৰ হৈ, বিন্ধা কৰি, ভিতৰলৈ সোমাই
ভেম - ফিতাহি, ৰোহ, ঠেহ, অহংকাৰ
ভ্ৰক্ষেপ - কেৰাহিকৈ চোৱা কায


 ম 
মজবুত - দৃঢ়, শকত
মনোবাঞ্ছা - মনৰ ইচ্ছা, মনৰ অভিপ্ৰায়
মনোহৰ - সুন্দৰ, মোহনীয়
মৰত/মত্য - পৃথিৱী, ধৰা
মিলা-প্ৰীতি- একতা, বন্ধুতা
মিলিজুলি - একেলগে
মুগ্ধ - মোহ যোৱা, মোহিত
মুঠা - একেলগে বন্ধা দীঘলীয়া বস্তুৰ কোছা
মূল্যৱান - বহুমলীয়া, দামী
মৈদাম- আহোম প্ৰথাৰে ভৰা মানুহ পুতি তাৰ ওপৰত দিয়া মাটিৰ দম, সমাধি, কবৰ




 ৰ   
ৰঙচুৱা - ঈষৎ ৰঙা, ৰঙা বৰণীয়া
ৰচকী- গা সাজি ধুনমাৰি ফুৰা তিৰোতা
ৰং মনেৰে - আনন্দমনে
ৰাষ্ট্ৰপতি - এক শাসন তন্ত্ৰৰ অধীনত থকা দেশভাগৰ সবোচ্চ অধিপতি 


 
 (অপূৰ্ব কাকতি আৰু চিন্ময় কাকতি)





Post Id: DABP000609