🌹 ছ 🌹
ছলাহী – প্ৰতাৰণা কৰা

ছলাহ – প্ৰতাৰণা মূলক (কথা), প্ৰৱঞ্চক।

ছলেৰে – ছল কৰি,কৌশলেৰে।

ছাটনি – কেইবা পাকো দি ছাতি বন্ধা বান্ধ।

ছানি – চকুৰ মণিত পৰা বগা আৱৰণ।

ছাৰ্ট – কামিজ।

ছেকনী - জুলীয়া বস্তু ছেকা ছেকনী ।

ছিদ্ৰান্বেষী - লোকৰ খথা খুচৰি ফুঁৰা লোক ।

ছাতুগুড়ি - ভজা বুট আদিৰ গুড়ি ।

ছঁয়াময়া - অস্পষ্টকৈ দেখা ।

ছদ্মবেশী - গুপ্ত সাজ পিন্ধি অহা ।

ছ'ডা - এবিধ ৰাসায়নিক সাৰ ।

ছুৰী - কটাৰী ।

ছাত্ৰীনিৱাস - সমূহীয়াকৈ ছাত্ৰী থকা গৃহ ।

ছাত্ৰনিৱাস - সমূহিয়াকৈ ছাত্ৰ থকা ঘৰ ।

ছদ্মবেশ - নিজৰ পৰিচয় লুকুৱাই ৰখা ।

ছিন্নমূল - মূলৰ পৰা আতৰি থকা ।

ছায়াচ্ছন্নী - এন্ধাৰে আৱৰি থকা ।

ছায়া - ছাঁ ।

ছটিয়া - সিচৰতি কৰি দিয়া ।

ছপাখানা - কপি কৰি দিয়া ।

ছয়ানব্বৈ - ন দহ ছয় ।

ছুৰিকাঘাত - ছুৰীৰে কৰা ।



Post Id: DABP000557