Science 6


সূচিপত্ৰ


অধ্যায় ১

খাদ্যঃ আমি ক'ৰ পৰা পাওঁ?

অধ্যায় ২

খাদ্যৰ উপাদান

    বিভিন্ন  খাদ্যবস্তুত কি থাকে?

    বিভিন্ন পৰিপোষকে আমাৰ শৰীৰত কি কৰে?

    সুষম আহাৰ

অধ্যায় ৩

আঁহৰ পৰা কাপোৰলৈ

    কাপোৰৰ প্ৰকাৰ

    কপাহৰ পৰা সূতাকটা

    সূতাৰ পৰা কাপোৰলৈ

    বস্ত্ৰ সামগ্ৰীৰ বুৰঞ্জী

অধ্যায় ৪

পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ

    আমাৰ চাৰিওফালৰ বস্তু

    পদাৰ্থৰ ধৰ্ম

অধ্যায় ৫

দ্ৰব্যৰ পৃথকীকৰণ

অধ্যায় ৬

আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ

    সকলো পৰিবৰ্তন সদায় বিপৰীতমুখী হ'ব পাৰেনে?

    পৰিবৰ্তন ঘটোৱাৰ বাবে অন্য উপায় আছেনে?

অধ্যায় ৭

উদ্ভিদৰ বিষয়ে জানো আহা

অধ্যায় ৮

দেহৰ চলন

অধ্যায় ৯

জীৱ আৰু ইয়াৰ চৌপাশ

    জীৱ আৰু ইয়াৰ চৌপাশ, য'ত সিহঁত থাকে

    বিভিন্ন আৱাসস্থলীৰ মাজেৰে এক যাত্ৰা

    জীৱিত প্ৰাণীৰ বৈশষ্ট্য

অধ্যায় ১০

গতি আৰু দূৰত্বৰ জোখ-মাখ

    তোমালোকে কিমান দূৰ ভ্ৰমণ কৰিলা?

    কিছুমান জুখ মখ

    আমাৰ চাৰিওকাষৰ গতিশীল বস্তুবোৰ

অধ্যায় ১১

পোহৰ, ছাঁ আৰু প্ৰতিফলন

    ছাঁ প্ৰকৃততে কি?

    পিনহ'ল কেমেৰা

    দাপোণ আৰু প্ৰতিফলন

অধ্যায় ১২

বিদ্যুৎ আৰু বৰ্তনী

    বৈদ্যুতিক কোষ

    বিদ্যুৎ কোষত সংযোগ কৰা এটা বাল্ব

    বৈদ্যুতিক বৰ্তনি

    বিদ্যুৎ পৰিবাহী আৰু অপৰীবাহী

অধ্যায় ১৩

চুম্বকৰ লগত ধেমালি

    চুম্বকৰ কেনেকৈ আৱিষ্কাৰ হৈছিল

    চুম্বকীয় আৰু অচুম্বকীয় পদাৰ্থ

    চুম্বকৰ মেৰু

    তুমি নিজে চুম্বক তৈয়াৰ কৰিব পাৰিবা

    চুম্বকৰ মাজত আকৰ্ষন আৰু বিকৰ্ষণ

অধ্যায় ১৪

পানী

    আমি কিমান পানী ব্যৱহাৰ কৰোঁ

    পানী আমি ক'ৰ পৰা পাওঁ?

    জলচক্ৰ

    ডাৱৰ কেনেকৈ গঠন হয়?

    মহাসাগৰলৈ পুনৰাগমন

    প্ৰবল বৰষুণ হ'লে কি হয়?

অধ্যায় ১৫

আমাৰ চাৰিওফালে থকা বায়ু

    আমাৰ চাৰিওফালে সকলো ঠাইতে বায়ু আছেনে?

    বায়ু কিহেৰে গঠিত?

    জলজ আৰু স্থলজ প্ৰাণী আৰু উদ্ভিদে অক্সিজেন কেনেকৈ পায়?

অধ্যায় ১৬

আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন

    আৱৰ্জনাৰ সৈতে মোকাবিলা

    কেঁচু সাৰ প্ৰস্তুতকৰণ

    পেলোৱাৰ আগতে ভাবি চোৱা

    কাগজৰ পুনৰাৱৰ্তন

    প্লাষ্টিক- আশীৰ্বাদ নে অভিশাপ?